নৱৰূপা যুৱক সংঘৰ সৌজন্যত আয়োজিত মূকলি বিহু প্ৰতিযোগিতাত বিশিষ্ঠা
সাহিত্যিক নিৰুপমা বৰগোহাঞি আৰু স্মৃতি তৰ্পক হিঢাপে মোক আমত্ৰুণ কৰা বাৱে
বিহু কমিটিৰ উদ্যোগতালৈ ধন্যবাদ জনাইছো। 100 বছৰ পূৰণি দূৰ্গা মন্দিৰৰ
সমীপত আৰু 100 বছৰ পূৰণি ভানুকুছি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত
বিহুৰ বাকৰিত থিয় হৈ নিজে নষ্টালজিক অনুভৱ কৰিছো কাৰণ এইখন মোৰ জন্ম গাওঁ।
জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সী।
