Total Pageviews

4340

Sunday, September 22, 2019

মই পঢ়ি অহা বিদ্যালয়ত 28 বছৰৰ পিছত, এক নষ্ঠালজিক অনুভৱ। গংগাপুখুৰী বৰকুৰিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় ডাঃ ভূপেশ শৰ্মা, প্ৰধান শিহ্মক শ্ৰী যুত কমল মেধি আৰু শিহ্মক শিহ্ময়ত্ৰীৰ উপস্হিতিত 17-08-2019 তাৰিখে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত-বিনিময় কৰি যথেষ্ঠ আনন্দ অনুভৱ কৰো। বিদ্যালয় পৰিছালনা সমিতিক ধন্যবাদ জনাইছো মোক আমন্ত্ৰণ জনোৱা বাৱে।




No comments:

Post a Comment