Total Pageviews

4341

Sunday, September 22, 2019

কিছুমান মূহুৰ্তই জীৱনৰ দিক বানিকে সলনি কৰি দিয়ে। মোৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰ কিছু মূহুৰ্ত এয়া। অসম প্ৰদেশ বিজেপিৰ সভাপতি মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক মাননীয় অৰুণ সিং ডাঙৰীয়া, সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মাদেৱ, বিজেপিৰ ৰাজ্যিক বিষয়ববীয়া, বিজেপিৰ বিভিন্ন জিলাৰ সাংগঠনিক সভাপতি, সম্পাদক আৰু বিষয়ববীয়াৰ উপস্হিতিত গুৱাহাটীৰ PWD Convention & Training প্ৰেখাগৃহত 20-08-2019 তাৰিখে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰো। আগন্তুক সময়ত আপোনালোকৰ আৰ্শীবাদ আৰু শুভাশীষ বিচাৰিছো দলৰ মজিয়াত থাকি জাতিৰ হকে কাম কৰিবৰ বাৱে।



No comments:

Post a Comment