Total Pageviews

Wednesday, June 5, 2019

মোৰ প্ৰথম গ্ৰন্হ Articles on Business & Economy প্ৰকাশিত হৈছিল 2010 চনৰ 3 ফ্ৰেব্ৰুৱাৰীত শুভ বিবাহৰ দিনা। ইংৰাজী বাতৰি কাকত Assam Tribune আৰু Eastern Chronicle ত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় অৰ্থনীতিৰ আধাৰত লিখা নিৱন্ধ সংকলিত গ্ৰন্হ Articles on Business & Economy ৰ সংশোধিত দ্বিতীয় সংস্কৰণটি প্ৰকাশ কৰি উলিয়াইছে অলিম্পিয়া প্ৰকাশনে 2019 চনত। অলিম্পিয়া প্ৰকাশনলৈ ধন্যবাদ জনালো। কিতাপখন পঢ়ুৱৈ সমাজে আদৰি লৱ বুলি আশা থাকিল।
The anthology english book 'Articles on Business & Economy' 1st edition published 3rd Feb 2010 on my marriage day. I would like to thank Olympia Prakashan whose diligent effort made this 2nd edited version publication possible in 2019. Though my name is on the cover, the book was the effort and encouragement of many different people, all of whom deserve thanks.